Home ৰাজ্যএটেনশ্যন টু হিমন্ত-হাগ্ৰামা!, শ্ৰমিক দৈমালু ব্ৰহ্ম হ’তৰ খবৰ লওক

এটেনশ্যন টু হিমন্ত-হাগ্ৰামা!, শ্ৰমিক দৈমালু ব্ৰহ্ম হ’তৰ খবৰ লওক

by News Desk
51 views
A+A-
Reset

মুছলপুৰঃ উজনি-নামণিত এতিয়া গুণোৎসৱৰ বতৰা৷ সকলোৰে মুখত এতিয়া গুণোৎসৱৰ কথা৷ শিক্ষক-ছাত্ৰৰ বাবে যেন গুণোৎসৱৰ বতৰ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত গুণোৎসৱৰ বাবে৷ বিগত এমাহত ৰাজ্যত বিভিন্ন প্ৰান্তত শিক্ষকে আত্মহত্যা বা হৃদক্ৰীয়া বন্ধ হৈ শিক্ষকে অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে মঙলবাৰৰ পৰা তিনিদিনৰ বাবে অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণ সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে।

গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে শিক্ষা খণ্ড সমূহত উখল-মাখল পৰিবেশ দেখা গৈছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। কিন্তু তাৰ মাজতে গুণোৎলৱটো দুৰৰ কথা শিক্ষা বিভাগে খাঙুৰি লব পৰা নাই ৰাজ্যৰ বহু পৰিয়ালৰ শিশুক৷ এই খন অসমত আজিও বহু শিশু আছে যিয়ে দেখা নাই বিদ্যলয়ৰ মুখ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0