59
দৰংঃ আজি পুৱাই দৰঙৰ বেছিমাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী অট’ভান এখন পথত বাগৰি যোৱাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৫ জন যাত্ৰী গুৰুতৰভাৱে আহত হোৱাত অঞ্চলটোত উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে৷
