Home ৰাজ্যদৰঙত অগপ আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

দৰঙত অগপ আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

by News Desk
80 views
A+A-
Reset

দৰংঃ দৰঙৰ দেওমৰনৈত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ছিপাঝাৰ বিধান সভা সমষ্টিৰ দেওমৰনৈত নিৰ্বাচনী সভাত বিজেপি দলৰ মিত্ৰ দল অসম গণ পৰিষদৰ লগতে কংগ্ৰেছৰ ক্ষুৰধাৰ সমালোচনা সৰ্বানন্দ সোনোৱালৰ। 

“কংগ্ৰেছৰ লগত মিতিৰালি হৈছে অগপৰ, অগপক সমালোচনা কৰিলে উত্তৰ আহে ৰাজীৱ ভৱনৰ পৰা, এয়া এক গোপন মিত্ৰতা বুলি মিত্ৰ দল অগপক কটাক্ষ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে কয় অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰূপত গঢ় দিবলৈ হলে পঞ্চায়ত ব্যৱস্থাটোক শক্তিশালী কৰিব লাগিব। সু-শাসন ব্যৱস্থাৰ বাবে বিজেপিক পঞ্চায়তৰ দায়িত্ব দিয়াৰ আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0