Home ৰাজ্যদৰঙৰ দলগাঁৱত পুনৰ অঘটন

দৰঙৰ দলগাঁৱত পুনৰ অঘটন

by News Desk
A+A-
Reset
627408-560332-murder5

ফখৰুল ইছলাম, দৰংঃ দৰঙৰ দলগাঁৱত পুখুৰীত উদ্ধাৰ আন এটা কিশোৰৰ মৃতদেহ৷ কালি দুপৰীয়া দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হৈছিল অক্ষয় বসাক নামৰ এজন কিশোৰৰ৷ 

উক্ত ঘটনাৰ পিছতেই নিৰুদ্দেশ হৈ আছিল ছুপন বসাক। ছুপন বসাকৰ মৃতদেহ পুখুৰীত উপঙি থকা অৱস্থাত বৃহস্পতিবাৰে উদ্ধাৰ হয় একেখন পুখুৰীৰপৰা।  সমনীয়াৰ সৈতে কালি দুপৰীয়া দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুই থাকোতে সংঘটিত হৈছিল শোকাৱহ টনাটো। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0