81
দৰংঃ ৰাজ্যত অব্যাহত আছে বোৱাৰী নিৰ্যাতনৰ ঘটনা। এইবাৰ দৰং জিলাৰ দলগাঁৱত সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা।
এজিলা খাতুন নামৰ নাবালিকা ছোৱালীৰ এজনীৰ লগত অভিযুক্ত (স্বামী) আজিজুৰ ৰহমানৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ছোৱালীজনীৰ বয়স আছিল মাত্ৰ ১৬ বছৰ৷ আনহাতে, আজিজুৰ তেওঁৰ আগৰ পত্নীৰ দুই সন্তানৰ পিতৃ আছিল। তথাপিও যেন থমকি নৰ’ল দুয়োৰে প্ৰেম৷ শেষত আজিৰপৰা ছমাহ আগত পলাই দুয়ো বিবাহ পাশত আৱদ্ধ হয়৷