Home ৰাজ্যঈদগাহ ময়দানত বিশ সহস্ৰাধিক লোকৰ পৱিত্ৰ ঈদৰ নামাজত অংশগ্ৰহণ

ঈদগাহ ময়দানত বিশ সহস্ৰাধিক লোকৰ পৱিত্ৰ ঈদৰ নামাজত অংশগ্ৰহণ

by News Desk
A+A-
Reset
199efe15-f02e-4282-8a26-98c952f89639

দৰংঃ আন আন বছৰৰ দৰে এইবাৰো দৰঙৰ খাৰুপেটীয়াৰ বেলতলীস্থিত ঈদগাহ ময়দানত ইছলাম ধৰ্মী লোকে ঈদ উল ফিটৰৰ নামাজ আদায় কৰে। অঞ্চলটোৰ প্ৰায় ২০ সহস্ৰাধিক ইছলাম ধৰ্মী লোকে দৰঙৰ সৰ্ববৃহৎ বেলতলী ঈদগাহ ময়দানত একেলগে ঈদৰ নামাজ আদায় কৰে৷  

নামাজৰ ইমামতী কৰে আলহাজ মৌলানা তালেব উদ্দিন আহমেদ। উপস্থিত লোকসকলে বিশ্বশান্তি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ বাবে নামাজৰ পিছত আল্লাৰ ওচৰত দোৱা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0