ফখৰুল ইছলাম, দৰংঃ কলা শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে খুচবু ফিৰদৌজ, ব্ৰিলিয়ান্ট একাডেমী জুনিয়ৰ কলেজ, দৰং।

চতুৰ্থ স্থানঃ জুপিতৰা শৰ্মা, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং। 
অষ্টম স্থানঃ শ্ৰুতিস্মিতা বশিষ্ঠ, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং।

নৱম স্থানঃ শংকৰ দাস, ব্ৰিলিয়ান্ট একাডেমী জুনিয়ৰ কলেজ, দৰং। 
বিজ্ঞান শাখাত  
তৃতীয় স্থান পাইছে হৃদিপ্ৰিয়ম শৰ্মা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও। তেওঁৰ ঘৰ দিপীলাৰ মাহৰিপাৰাত।
পঞ্চম স্থানঃ পাৰ্থ প্ৰতীম চহৰীয়া, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং।