57
দৰংঃ এটা আন্তৰাজ্যিক নাৰী সৰবৰাহ চক্ৰৰ হাতৰপৰা কোনোমতে পলাই অহা দৰঙৰ দলগাঁৱৰ যুৱতী এজনীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই চক্ৰত জড়িত থকা আব্দুল আজিজ ওৰফে ফকিৰ আলী ওৰফে আকবৰ আলীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে৷
