Home ৰাজ্যদৰঙৰ খাৰুপেটীয়া টাউনৰ মাজমজিয়াত আদবয়সীয়া অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

দৰঙৰ খাৰুপেটীয়া টাউনৰ মাজমজিয়াত আদবয়সীয়া অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

by News Desk
A+A-
Reset

ফখৰুল ইছলাম, দৰংঃ দৰঙৰ খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ এগৰাকী অচিনাকি মৃতদেহ৷ মৃতদেহটোৰ বয়স অনুমানিক ৪৫ পৰা ৫০ বছৰ হ’ব৷ খাৰুপেটীয়া টাউনৰ মাজমজিয়াৰ হস্পিতাল কলনিৰোডলৈ যোৱা পথৰ নিমতলী দলংখনৰ সমীপতে মাটিত পেলাই থোৱা বিদ্যুৎ খুটাৰ ওপৰত শুই থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে লোকজনে দিনৰ ১১/১২ টা মান বজাৰপৰা উক্ত স্থানত বহি আছিল৷ দুই এজন পথচাৰীক হিন্দী ভাষাৰে মাতিছিল কিন্তু লোকজনক কোনেও সহাঁৰি দিয়া নাছিল৷ হয়তো অসুস্থ লোকজনে সহায় বিচাৰিছিল পথচাৰীৰপৰা৷ পিছত আবেলি তিনি বজাৰ পিছত লোকজন সেই ঠাইত শুই থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0