56
ফখৰুল ইছলাম, দৰংঃ যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযানৰ কথা কৈ আহিছে ঠিক সেই সময়তেই দৰঙৰ বেছিমাৰীত দেখা গৈছে স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপ৷
বেছিমাৰী ডেইলি বজাৰলৈ যোৱাৰ একমাত্ৰ পথটোত আৰু দুয়ো কাষে দেখা গৈছে জাবৰৰ দম আৰু কদৰ্যময় পৰিৱেশ৷ যাৰ ফলত উক্ত ৰাস্তায়েদি সৰ্বসাধাৰণ ৰাইজে বজাৰ কৰিব যাবলগীয়া হোৱাত যমৰ যাতনাত ভুগি থকাৰ লগতে নাক কোচাই যাবলগীয়া হয়৷