Home ৰাজ্যদৰঙৰ দলগাঁও শাখা সাহিত্য সভা, চিৰিংখাৰ উদ্যোগত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

দৰঙৰ দলগাঁও শাখা সাহিত্য সভা, চিৰিংখাৰ উদ্যোগত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

by News Desk
A+A-
Reset
8eaac1f8-c57c-40cd-8134-f13c5e39321d

দৰংঃ দৰঙৰ দলগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী প্ৰথম স্থান দখল কৰি অসমীয়া বিভাগত লেটাৰ লৈ গৌৰৱ কঢ়িয়াই অনা ১৬ জন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়। 

সাহিত্য সভাৰ সম্পাদক, ধীৰেণ নাথ শইকীয়া ই উদেশ্য ব্যাখ্যাৰে সভাৰ আৰম্ভণি সভাত সভাপতিত্ব কৰে শ্ৰীযুতা মৃণালিনী গায়ন বাইদেউৱে। উক্ত সভাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক অসম সাহিত্য সভাৰ সম্বৰ্ধনা পত্ৰ, ধীৰেণ নাথ শইকীয়াৰ সদ্য প্ৰকাশিত শিশু গল্প পুথি আৰু বিহুৱানেৰে সম্বৰ্ধনা জনায়। সভাত আলহাজ আছাৰ আলী দেৱৰ সাৰুৱা বক্তৃতা আৰু আশীৰ্বাদে সভা শুৱনি কৰাৰ লগতে গাম্ভীৰ্যতা বৃদ্ধি কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0