67
তামুলপুৰঃ আমি মডেল ভিলেজ বা আদৰ্শ গাঁও বনালে নহ’ব আমাৰ মনবোৰ, চিন্তাধাৰাবোৰো মডেল ভিলেজৰ দৰে মডেল অৰ্থাত অন্যতকৈ বেলেগ হ’ব লাগিব, এই ভাষ্য তামুলপুৰৰ বিধায়ক তথা অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ণ নিগমৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীৰ।
সোমবাৰে তামুলপুৰ মহকুমাৰ ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাদাৰবাৰী গাঁওখন আদৰ্শ গাঁও হিচাপে শুভ শুদ্বোধন অনুষ্ঠানত উপস্থিত থাকি তেওঁ এইদৰে কয়।