Home ৰাজ্যনগাঁৱত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান আছুৰ

নগাঁৱত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান আছুৰ

by News Desk
50 views
A+A-
Reset

বটদ্ৰৱাঃ ৰাজ্য চৰকাৰে অহা ৩১ ডিচেম্বৰলৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম-কাজক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া আৰু এখন বিদেশীমুক্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰা আদি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে৷

ছাত্ৰ সংগঠনটোৱে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি নগাওঁ জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে জিলা উপায়ুক্ত চমচেৰ সিঙক সাক্ষাৎ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ হৈ মনি মাধৱ মহন্তৰ উপস্থিতিত জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে বিষয়টোৰ সন্দৰ্ভত উপায়ুক্তগৰাকীৰ সৈতে বিতং আলোচনাত মিলিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0