Home দেশমেক ইন ইণ্ডিয়াঃ দেশত নিৰ্মিত তেজস যুঁজাৰু বিমানৰ চকু কপালত উঠা দাম, তদন্ত সমিতি গঠন

মেক ইন ইণ্ডিয়াঃ দেশত নিৰ্মিত তেজস যুঁজাৰু বিমানৰ চকু কপালত উঠা দাম, তদন্ত সমিতি গঠন

by News Desk
57 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ সীমাৰ সীপাৰৰ শত্ৰুপক্ষক ধৰাশয়ী কৰিবলৈ এক নতুন পৰিকল্পনা হাতত লৈছিল ভাৰত চৰকাৰে। তেজস মানৱবিহীন যুঁজাৰু বিমান নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ভাৰত চৰকাৰে। ঘৰুৱাভাৱে নিৰ্মিত হ’বলগা এই লঘু ওজনৰ যুঁজাৰু বিমানখন সুদক্ষ কৰি তুলিব পৰা যায় তাকে লৈ চিন্তা-চৰ্চাৰ অন্তত নিজ দেশত খুব কম সময়ৰ ভিতৰতে তেজস নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিলে যদিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিজ দেশত নিৰ্মিত তেজস কিনিবলৈ গৈ পিছুৱাই অহাই নহয় তদন্ত সমিতি পৰ্যন্ত গঠন কৰিব লগা হয়৷

ভাৰত চৰকাৰে নিজ দেশত নিৰ্মাণ কৰা তেজস যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ পিছুৱাই আহিব লগাৰ কাৰণ হৈছে মূল্য৷ সকলো ৰেকৰ্ড ভংগ কৰি দেশত নিৰ্মিত তেজসৰ উচ্চ দাম দেখি পোনচাটেই তদন্ত সমিতি গঠন কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত নিৰ্মিত দেশীয় যুঁজাৰু বিমানৰ দাম সামৰিক সা-সামগ্ৰী নিৰ্মাণ কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগে মূল্য বৃদ্ধি কৰাত চিন্তিত হৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ দাম বৃদ্ধিৰ কাৰণ চালি-জাৰি চাবলৈ তদন্ত কৰিব খুজিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0