71
লালুকঃ বিদ্ৰোহী সংগঠনৰ বোমা বিস্ফোৰণত অসমৰ এজন জোৱানৰ মৃত্যুৰ বাতৰিয়ে লখিমপুৰ জিলাৰ নাওবৈছাত শোকৰ ছাঁ পেলাইছে৷ মণিপুৰৰ বোমা বিস্ফোৰণত নিহত হৈছিল জিলাখনৰ বিজু চৰুপোৱাৰ৷
আজি নাওবৈছাৰ সামৰিক বাহিনীৰ জোৱানজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিজু চৰুপোৱাৰ ঘৰত বহু লোক উপস্থিত হয়৷