Home ৰাজ্যবহিঃ ৰাজ্যত ৰেল পথত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

বহিঃ ৰাজ্যত ৰেল পথত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

by News Desk
67 views
A+A-
Reset

কামপুৰঃ বহিঃ ৰাজ্যত অসমৰ লোক সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে তামিলনাডুত অসমৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও-হোজাই জিলাত৷ ৰেলযাত্ৰাত অসমৰ যাত্ৰী মুঠেও সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে তামিলনাডুৰ ৰেলপথত ৰহস্যজনক অৱস্থাত হোজাই জিলাৰ যমুনামুখ ভকতগাঁৱৰ বিজুমণি বৰা নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়৷

জানিব পৰা মতে,  শুকুৰবাৰে সূৰ্য্য দাস নামৰ এগৰাকী বন্ধুৰ সৈতে কৰ্মসূত্ৰে লামডিঙৰ পৰা নিউ তিনিচুকীয়া-বাংগালুৰু এক্সপ্ৰেছ যোগে বাংগাৰুলৈ গৈছিল। কিন্তু তামিলনাডুৰ কাটপাডিৰ ৰেলপথত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় যুৱক জনৰ মমৃতদেহ। পাছত আৰক্ষীয়ে মৃতদেহৰ লগত উদ্ধাৰ হোৱা নথি পত্ৰযোগে যমুনামুখ আৰক্ষীৰ লগত যোগাযোগ কৰাত পৰিয়ালৰ লোকসকলে মৃতদেহটো চিনাক্ত কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে পৰিয়ালৰ লোকে হত্যা কৰি ৰেল পথত থৈ দিয়াৰ সন্দেহ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0