63
পূব বৰপেটাঃ পূব বৰপেটাৰ সৰ্থেবাৰীৰ কুকাৰপাত এটি মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। পথৰ দাতিত এটি পুখুৰীত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে।
লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পুখুৰীটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। মৃতদহেটো প্ৰায় ৫০ বৰ্ষীয় লোকৰ হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।