51
লখিমপুৰঃ লখিমপুৰ জিলাৰ চিলনিবৰী ৰেল ষ্টেছনৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ষ্টেছনটোৰ সমীপৰ ৰেল লাইনত আচিনাক্ত মৃতদেহটো প্ৰত্যক্ষ কৰে একাংশ লোকে৷
শুকুৰবাৰে নিশা লখিমপুৰৰ পৰা ৰঙিয়া অভিমুখী এখন ৰেলৰ খুন্দাত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে৷