54
বাসুগাঁওঃ চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ভূটীয়া গাঁৱত চম্পাৱতী নৈৰ পাৰত পুতি থোৱা অৱস্থাত এগৰাকী ৮০ বছৰীয়া বৃদ্ধৰ মৃতদেহ উদ্ধাৰ হয়৷
লোকজনক বঙাইগাঁও জিলাৰ বঙাইগাঁও সদৰ থানা তথা বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নৈতাপাৰা ১ম খণ্ড গাঁৱৰ প্ৰাণবন্ধু বৰ্মন বুলি চিনাক্ত কৰা হৈছে৷