52
জয়সাগৰঃ শিৱসাগৰ জিলাৰ মাদুৰিত মঙলবাৰে এটি মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, মঙলবাৰে পুৱাই ডিমৌ নৈত তথা মাদুৰি দলঙৰ সমীপত এটা মৃতদেহ প্ৰত্যক্ষ কৰে৷
লগে লগে একাংশ লোকে আৰক্ষীক খবৰ দিয়ে৷ মৃতদেহটো মাদুৰি অঞ্চলৰ জুগনো মাৰাৰ নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হয়।