50
গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় বিধায়ক গৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ৷
দেহৰ অৱনতি ঘটাৰ ফলত বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতেই সোমবাৰে পুৱা ৪ বজাত অকাল মৃত্যুক সাৱটি লয় সৰকাৰে৷