Home ৰাজ্যদলগাওঁত আত্মহত্যা কৰা কিশোৰীৰ গৃহত দেবব্ৰত শইকীয়া

দলগাওঁত আত্মহত্যা কৰা কিশোৰীৰ গৃহত দেবব্ৰত শইকীয়া

by News Desk
A+A-
Reset
deva

দলগাঁওঃ  ২৬ জুনত  এন আৰ চিৰ প্ৰকাশিত অতিৰিক্ত ‘‘বাদ তালিকাত’’ নাম নথকাৰ বাবেই  চিপ লৈ দলগাঁৱৰ শ্যামপুৰত আত্মহনৰ পথ বাচি লৈছিল এগৰাকী  কিশোৰীয়ে৷  

শ্যামপুৰ থানাৰ অন্তৰ্গত ৰৌমাৰী চাপৰিৰ আব্দুল কালামৰ কন্যা নুৰনেহাৰ বেগমৰ নাম এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা নহাত  ভুল বুজি  নিজৰ ওৰনাৰে  চিপলৈ আত্মহন কৰা বুলি বাতৰি ওলোৱা পৰিয়ালটোৰ কাষত উপস্থিত ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া। উক্ত ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে দুৰ্ভগীয়া নুৰ নেহাৰৰ পৰিয়ালৰক সমবেদনা জ্ঞাপন কৰাৰ লগতে দহ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায়।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0