newsnextone.com।পৰ্বতঝোৰাঃ ধুবুৰী বন সংমণ্ডল কাৰ্য্যালয় ৰ অন্তৰ্গত গৌৰীপুৰ খণ্ড বন বিষয়াৰ  কাৰ্য্যালয়ৰ এলেকাধীন আলমগঞ্জ অঞ্চলৰ আমবাৰী গাওঁত হৰিণা এটাই কথমপি প্ৰাণৰক্ষা পৰে৷ পৰা জনাঞ্চল লৈ নামি আহা হৰিণাটো স্থানীয় ৰাইজৰ হাতত আবদ্ধ হবলগা হয়।

জনাঞ্চল হৰিণাটো ঘুৰিফুৰা দেখি আব্দুৰ ৰহিম, আফজাল হক, নুৰুদ্দিন, জামাল উদ্দিন, শ্বহিদুৰ ইছলাম, ছাইফুল ইছলাম, আমজাদ আলী আৰু আজিম উদ্দিন নামৰ ব্যক্তি কেইজনে হৰিণাটো ধৰি বন কৰ্মীক খৱৰ দি গতাই দিয়ে ৷

   স্মৰ্তব্য যে, ৰাইজে দৌৰি দৌৰি আবদ্ধ কৰা হৰিণাটোৰ গাত কেইবা ঠাইত আঘাত পোৱা বাবে বন কৰ্মীয়ে হৰিণাটোক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আছে ।