58
লিডুঃ বিশ্ব পৰিৱেশ দিৱসত সৰ্বাংগসুন্দৰ আৰু সেউজীয়া পৃথিৱী কামনা কৰি বৃক্ষৰোপন কৰিলে মানৱজাতিয়ে৷ মানৱজাতিয়ে বিচৰা সেউজীয়া পৃথিৱী খনৰ বাবে যেন প্ৰতিবন্ধক হৈ পৰিছে মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয়কৃত উদ্যোগ উত্তৰপূৱ কয়লাক্ষেত্ৰ।
অতি নিৰ্দয়ভাৱে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি উদ্যোগটোৱে তিনিচুকীয়া জিলাৰ লিডুৰ চিৰসেউজ সেউজীয়া পাটকাই পৰ্বতমালা ক্ৰমান্বয়ে শিলৰ পাহাৰত পৰিনত কৰিছে ৷