Home দেশদিল্লীত পথ দূৰ্ঘটনাত মৃত্যু ৪ ভাৰোত্তোলকৰঃ আহত ১ বিশ্বচেম্পিয়ন

দিল্লীত পথ দূৰ্ঘটনাত মৃত্যু ৪ ভাৰোত্তোলকৰঃ আহত ১ বিশ্বচেম্পিয়ন

by News Desk
67 views
A+A-
Reset

 ডিজিটেল ডেস্কঃ দিল্লিত এক ভংয়কৰ পথ দূৰ্ঘটনাত প্ৰাণ গল ৪ ভাৰোত্তোলকৰ। লগতে গুৰুতৰভাবে আহত হয় বিশ্বচেম্পিয়ন সক্ষম যাদৱ সহ আৰু দুজন। আৰক্ষী সূত্ৰে প্ৰকাশ যে, দেওবাৰে পূৱা প্ৰায় ৪ মান বজাত দিল্লী-হৰিয়ানাৰ মাজত আলিপুৰৰ ছিংঘু সীমান্তৰ সমীপতে এই দূৰ্ঘটনা সংঘটিত হয়। আৰু দূৰ্ঘটনাস্থলীতে ৪ জনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাবে আহত যাদৱ সহ দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

তথ্য অনুসৰি পানিপথৰ এখন এথলেটিক মিটৰ পৰা উভতি অহাৰ সময়তে  নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে গাড়ীখন বাগৰি পৰে৷ ইফালে ঘন কুঁৱলিৰ বাবেই এই দূৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে৷ উল্লেখ্য, সক্ষম যাদৱ ২০১৭ চনৰ মস্কো চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সোণ অৰ্জন কৰিছিল৷      

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0