56
newsnextone.com | ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচীৰ ৰায় বাহাল থাকিব নে নাই তাৰ ৰায় দিব সোমবাৰে আদালতে৷ ফাঁচীৰ ৰায় বাহাল থাকিব নে যাবজ্জীৱন কাৰাদণ্ড দিয়া হ’ব এই সন্দৰ্ভত আদালতে সোমবাৰে সিদ্ধান্ত গ্ৰহণ কৰিব৷ সোমবাৰে দুই বজাৰ পৰা নিৰ্ভয়া কাণ্ডৰ দোষীৰ পক্ষৰ আবেদনৰ শুনানি অনুষ্ঠিত হ’ব৷
জানিব পৰা মতে, বিগত বছৰৰ নৱেম্বৰত এই আবেদনৰ শুনানি অনুষ্ঠিত হয়৷ সোমবাৰে উচ্চ ন্যায়ালয়ত অন্তিম শুনানিৰ অন্তত ৰায় প্ৰদান কৰিব৷