Home ৰাজ্যবন দস্যু নহয় দক্ষিণ দিল্লীত চৰকাৰে কাটিলে ১৬ হাজাৰ গছ, এনবিচিচিক ন্যয়ালয়ৰ সমালোচনা

বন দস্যু নহয় দক্ষিণ দিল্লীত চৰকাৰে কাটিলে ১৬ হাজাৰ গছ, এনবিচিচিক ন্যয়ালয়ৰ সমালোচনা

by News Desk
44 views
A+A-
Reset

newsnextone.com| ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিত চিন্তিত বিশ্বৰ সকলো দেশ৷ গোলকীয় উষ্ণতা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি তথা বিশ্ব পৰিবেশ দিৱসত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো হাজাৰ হাজাৰ অনুষ্ঠান-প্ৰতিষ্ঠানে বৃক্ষৰোপন কৰে৷ প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ পৰিণাম ফল স্বৰূপে মানুহৰ বিস্তৰ ক্ষতি হৈ আহিছে৷

প্ৰকৃতিৰ বুকুত লহপহকৈ বাঢ়ি অহা গছ-গছনি কাটি তহিলং কৰি মানুহে খোদ বিপদ চপাই আনিছে৷ মানুহে প্ৰয়োজনতকৈ অধিক অত্যাচাৰ কৰিছে প্ৰকৃতিক৷ চৰকাৰৰ দায়িত্ব হ’ল এনে কাণ্ড ৰোধ কৰা৷ কিন্তু এইবাৰ দিল্লীত চৰকাৰী বিভাগৰ পৃষ্ঠ পোষকতাতে গছ কাটি তহিলং কৰা হ’ল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0