Home ৰাজ্যডেৰাডুনত ইউনিভাৰ্চেল ৰং মহোৎসৱত উজলি উঠিল অসমৰ শিল্পী

ডেৰাডুনত ইউনিভাৰ্চেল ৰং মহোৎসৱত উজলি উঠিল অসমৰ শিল্পী

by News Desk
50 views
A+A-
Reset

নাৰায়ণপুৰঃ উত্তৰাখণ্ডৰ ডেৰাডুনত কেইবাগৰাকী শিল্পীয়ে নিজৰ প্ৰতিভাৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য, লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, ঢলপুৰ আৰু বিশ্বনাথ জিলাৰ হাৱাজান, কলাবাৰীৰ ১৪ গৰাকী শিল্পীয়ে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল ডেৰাডুনত অনুষ্ঠিত হোৱা ইউনিভাৰ্চেল ৰং মহোৎসৱত।

সংগীত, আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ১৪গৰাকী শিল্পীৰ ১৪ গৰাকীয়েই ইউনিভাৰ্চেল ৰং মহোৎসৱত স্থান দখল কৰিবলৈ সক্ষম হয়। নাৰায়ণপুৰ বহুপথাৰৰ প্ৰশিক্ষক দীপাংকৰ কোঁৱৰৰ তত্বাৱধানত যোৱা দলৰ শিল্পী সকলে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি অসমৰ লগতে লখিমপুৰ আৰু বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই অনাত ৰাজ্যবাসীৰ উপৰি অঞ্চলবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0