Home ৰাজ্য৩০ ঘণ্টাৰ পিছতোঁ উদ্ধাৰ হোৱা নাই মেধাবী ছাত্ৰৰ মৃতদেহ

৩০ ঘণ্টাৰ পিছতোঁ উদ্ধাৰ হোৱা নাই মেধাবী ছাত্ৰৰ মৃতদেহ

by News Desk
61 views
A+A-
Reset

newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী বোকাজানৰ সমীপৰে বৈ যোৱা ধনশিৰি নৈত ডুব যোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে৷ বৃহস্পতিবাৰে সংঘটিত এই খবৰে নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আন পাঁচজন বন্ধুৰ সৈতে গা ধুবলৈ গৈ ধনশিৰি নৈত ডুব যায় স্নাতক প্ৰথম ষন্মাসিকৰ ছাত্ৰ আনন্দ গুপ্তা৷ 

ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ স্থানীয় মাছমৰীয়াৰ দ্বাৰা সন্ধান অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মেধাবী ছাত্ৰজনক। বোকাজান প্ৰণৱ জুবলী মহাবিদ্যালয়ৰ ছাত্র আছিল আনন্দ গুপ্তা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0