55
গুৱাহাটীঃ ২০০৪ চনত আলফাই সংঘটিত কৰা ধেমাজী কাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে আদালতে। ৬ জন অভিযুক্তক দোষী সাব্যস্ত কৰিলে ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে।
আন ৮ জনক দোষমুক্ত ঘোষণা কৰে আদালতে। মুঠ ১৫ জনৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা। ইয়াৰ ভিতৰত এজন অভিযুক্তৰ মৃত্যু হৈছিল।