Home ৰাজ্যষষ্ঠ স্থান দখল কৰি ওদালগুৰিক উজলালে ধৃতিস্মানে

ষষ্ঠ স্থান দখল কৰি ওদালগুৰিক উজলালে ধৃতিস্মানে

by News Desk
56 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ একাগ্ৰতা থাকিলে মানুহে সফলতা লাভ কৰিবই৷ ইয়াকে প্ৰতিপন্ন কৰে ওদালগুৰি জিলাৰ ধৃতিস্মান ভূঞাই। শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰচুৰ সাধনাৰ ফলত ওদালগুৰি জিলাৰ ৰামস্বৰূপ মেম’ৰিয়েল ইংলিছ স্কুলৰ ছাত্ৰ ধৃতিস্মান ভূঞাই ষষ্ঠ স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ওদালগুৰি জিলাৰ ধৃতিস্মানে মেট্ৰিকত এই ফলাফল লাভ কৰাৰ খবৰে ব্যাপক উৎসাহিত কৰে জিলাবাসীক৷ ধৃতিস্মানে প্ৰকাশ কৰা মতে তেওঁ নিতৌ ৬-৭ ঘণ্টা অধ্যয়ন কৰিছিল বুলি প্ৰকাশ কৰে৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুকুৰবাৰে ঘোষিত ফলাফলত ৰাজ্যৰ কেইবাখনো সমস্যা বহুল জিলাই ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে৷ কেইবাখনো বান, গৰাখহনীয়াত যুঁজ দিয়া অতি পিছপৰা জিলাই শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0