গোলকগঞ্জ-গৌৰীপুৰৰ বিধায়কে গুৰুত্ব দিবনে ধুবুৰী-কচুগাঁও পথক!

Home ৰাজ্যগোলকগঞ্জ-গৌৰীপুৰৰ বিধায়কে গুৰুত্ব দিবনে ধুবুৰী-কচুগাঁও পথক!

গোলকগঞ্জ-গৌৰীপুৰৰ বিধায়কে গুৰুত্ব দিবনে ধুবুৰী-কচুগাঁও পথক!

by News Desk
47 views
A+A-
Reset

গোলকগঞ্জঃ সকলো দিশত উন্নয়ণ কৰাৰ শ্ল’গানৰ বিপৰীতে এতিয়া উন্নয়ণৰ নামত মহা শূন্য৷ চহৰ অঞ্চলৰ কথা সুকীয়া যদিও গ্ৰাম্য অঞ্চলত মানুহক গ্ৰাম্য বাট-পথৰ উন্নয়ণ খুবেই প্ৰয়োজন৷ কিয়নো খেতিয়ক, দৰিদ্ৰ শ্ৰমিক, ছাত্ৰ, গাঁৱৰ ৰোগী জকাইচুকৰ পথেৰে আহ-যাহ কৰে৷ পথৰ উন্নয়ণ হলে দিনে-নিশাই গ্ৰাম্য পথবোৰত এম্বুলেঞ্চ সোমাব পৰাৰ লগতে দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰী, শ্ৰমিকসকলে সময়মতে গন্তব্য স্থানলৈ যাব পাৰে৷

কিন্তু ধুবুৰী জিলাৰ শতকৰা ৮০ শতাংশ পথৰ অৱস্থাই গাড়ী-মটৰ চলাব পৰাৰ পৰিবেশ নাই৷ এজাৰ বৰষুণ দিলেই হাতত ছেণ্ডেল লৈ খোজকাঢ়িব লগা হয়৷ সংখ্যালঘু দৰদী  কংগ্ৰেছে নেতা-কৰ্মীয়ে জিলা খনৰ উন্নয়ণৰ ধন লুটি-পুটি খাই উন্নয়ণৰ কোনো কাম নকৰিলে৷ যাৰ ফলত জিলা খনৰ বাট-পথৰ প্ৰতিচ্ছবি খন স্বচক্ষে নেদেখিলে বিশ্বাস কৰিব টান লাগে৷ আনহাতে বিজেপি চৰকাৰ খনেও জিলা খনৰ বাট-পথৰ উন্নয়ণ বাবে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0