Home ৰাজ্যনায়েৰ আলগাত গৰাখহনীয়াত জাহ যাবলৈ ওলাইছে শ-শ পৰিয়াল, আমাক জীয়াই থাকিবলৈ দিয়ক

নায়েৰ আলগাত গৰাখহনীয়াত জাহ যাবলৈ ওলাইছে শ-শ পৰিয়াল, আমাক জীয়াই থাকিবলৈ দিয়ক

by News Desk
75 views
A+A-
Reset

newsnextone.com | বিলাসীপাৰাঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া এক অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি. অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া ব্যস্ত হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ৷ তাৰ মাজতে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰচৰ গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীয়ে শ-শ পৰিয়ালক কন্দুৱাইছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ 

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰচৰ গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰচৰ গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাত ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। পথ খহাই নিয়াৰ লগতে ঘৰ-দুৱাৰ উটুৱাই নিয়া পৰিলক্ষিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0