38
newsnextone.com | চিচিবৰগাঁওঃ দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি চহৰৰ ৰাজহুৱা পেক্ষাগৃহত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷
নাগৰিত সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ আৰু ভাৰত বাংলাদেশ সীমান্ত শীঘ্ৰে ছীল কৰাৰ দাবীত ৰ দাবীত অনুষ্ঠিত হয়৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায় ২০০গৰাকী জ্যেষ্ঠ নাগৰিকে অংশ লয় নাগৰিক সভাত৷