140
লাহোৱালঃ অসম সৰ্বশিক্ষা অভিযানৰ, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত লাহোৱাল আৰু পানীতোলা শিক্ষাখণ্ডৰ বিদ্যালয় পৰিচালনা সমিতিৰ জিলা পৰ্যায়ৰ সমল ব্যক্তিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। ২৪, ২৫ আৰু ২৮ জানুৱাৰীত হোৱা প্ৰশিক্ষণৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সৰ্বশিক্ষাৰ জিলা আঁচনি বিষয়া (সমাজ জড়িতকৰণ) নিবেদিতা বৰুৱাই।
