47
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত বৰ্তমানে উত্তপ্ত পৰিস্থিতি৷ বাক বিতণ্ডাৰপৰা ঘটনাৰপৰা ক্ৰমে আক্ৰমণাত্মক পৰিস্থিতিলৈ ৰূপান্তৰ হয়৷
ডিব্ৰুগড়ৰৰ পল্টনবজাৰত এখন ছুইফট ডিজায়াৰ আৰু কেইজনমান মটৰ চাইকেল আৰোহীৰ মাজত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰথম তৰ্ক হয়। ইয়াৰ মাজতে ছুইফট ডিজায়াৰখনৰ এজন আৰোহীয়ে হঠাৎ চোকা অস্ত্ৰ উলিয়াই আনি মটৰ চাইকেল আৰোহীকেইজনৰ ওপৰত আক্ৰমণ কৰি ঘটনাস্থলীৰপৰা পলায়ন কৰে।