কলিয়াবৰত পানীত পৰি যুৱকৰ মৃত্যু

Home ৰাজ্যকলিয়াবৰত পানীত পৰি যুৱকৰ মৃত্যু

কলিয়াবৰত পানীত পৰি যুৱকৰ মৃত্যু

by News Desk
60 views
A+A-
Reset

কলিয়াবৰঃ কলিয়াবৰৰ হাটীমূৰা মন্দিৰৰ সমীপত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰৰ পানীত পৰি জখলাবন্ধাৰ শেনচোৱা গাঁৱৰ প্ৰতাপ দাস (২২) নামৰ যুৱক এজনৰ মৃত্যু হয়৷

যুৱকজন কিদৰে পানীত পৰিল, সেয়া জানিব পৰা হোৱা নাই৷ তেজপুৰৰ পৰা অহা SDRF বাহিনীৰ অভিযানত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা যুৱক জনৰ মৃত শৰীৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0