Home ৰাজ্যডিগবৈত পথদুৰ্ঘটনা গুৰুত্বৰ ভাৱে আহত ২

ডিগবৈত পথদুৰ্ঘটনা গুৰুত্বৰ ভাৱে আহত ২

by News Desk
A+A-
Reset
digboi

newsnextoneলিডুঃ ডিগবৈত উল্টাপুলৰ ৩৮ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত তিনিজন৷ তিনিজন ব্যক্তিয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে এখন বাইকেৰে তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখে আহি থাকোতে অচিনাক্ত এখন  গাড়ীয়ে খুন্দিয়াই থৈ যোৱাত ব্যক্তি তিনিওজন চিটিকি পৰি আহত হয়৷  ব্যক্তি তিনিজন শ্ৰীকৃষ্ণ চাহ বাগিছাৰ গোবিন্দ উৰাং,ৰাজু মুড়া আৰু সুনীল মুড়া ৷ ইয়াৰে সুনীল  মুড়াৰ অৱস্থা অতি সংকট জনক৷ 
ডিগবৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত ৰাজু মুড়াক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আৰু আন দুজনক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে ৷

blank

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0