62
newsnextone.com। লিডুঃ তিনিচুকীয়া জিলাৰ ডিগবৈত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ বৰডুমচা দিশৰ পৰা তিনিচুকীয়া অভিমুখে দ্ৰুত গতিত গৈ থকা AS 23 AC 5400 নম্বৰৰ খ্ৰীষ্টিনা নামৰ যাত্ৰীবাহী বাছ খন পেঙেৰী বনাঞ্চলৰ মাজবাটত নিয়ন্ত্ৰন হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।
