19
Jul
ডিমাকুছীৰপৰা ৰবাৰ্টচন তাতী
ডিমাকুছিঃ ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তত বন্যহস্তী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷
আজি পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত ধৰমজুলি চাহ বাগিচাত মহিলা এগৰাকীৰ মৃত্যু হয়৷
বন্যহস্তীয়ে দিনকদিনে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে৷ যদিও বিটিচি চৰকাৰ-অসম চৰকাৰে আজিলৈ বন্যহস্তী-মানুহৰ সংঘাত বন্ধ কৰিব নোৱাৰিলে৷
এতিয়া বনবিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সীমান্তবাসী৷