ৰবাৰ্টচন তাঁতী, ডিমাকুছিঃ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ ছ’চিয়েল মিডিয়া’ত এক ভিডিঅ’ ভাইৰেল হৈ আহিছিল আৰু এই ৯ মিনিট ১৬ ছেকেণ্ডৰ ভিডিঅ’ত সভাপতি নাগে উড়িয়া আৰু কুৰ্মী জনগোষ্ঠীক চুৰ বুলি গালিগালাজ কৰা হৈছিল। সেই ভিডিঅ’ আচলতে একো এডিট কৰা হোৱা নাছিল আৰু আদিবাসী Youtube চেনেলত সম্প্ৰচাৰিত হৈছিল।
কিন্তু পিছলৈ এই ভিডিঅ’ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পিছত আদিবাসী Youtube চেনেল ভিডিঅ’টোত উড়িয়া, কুৰ্মীক অশালীন মন্তব্য দিয়া ভিডিঅ’টো আতৰাই দিয়া হয়৷ আনহাতে,