80
ডিমাকুছিঃ অসম সাহিত্য সভা ডিমাকুছি শাখা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা মহেশ শৰ্মাই সাহিত্য সভাৰ সকলো পদবীৰপৰা পদত্যাগ কৰে৷
এক বিবৃতিত তেওঁ জানিবলৈ দিয়া মতে সাহিত্য সভা নিৰপেক্ষ হ’ব লাগে তথা অৰাজনৈতিক হ’ব লাগে৷ কিন্তু সাহিত্য সভাৰ লগত জড়িত একাংশ লোকে ৰাজনৈতিক দলৰ নেতাৰ শৰনাপন্ন হৈছে৷