Home ৰাজ্যৰক্তাক্ত উজনি, ডিমৌত গ্ৰেনেড বিস্ফোৰণত নিহত দুই

ৰক্তাক্ত উজনি, ডিমৌত গ্ৰেনেড বিস্ফোৰণত নিহত দুই

by News Desk
60 views
A+A-
Reset

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত বিস্ফোৰণত দুজন লোক নিহত হয়।

ডিমৌৰ নিতাইপুখুৰীত কমল আগৰৱালা নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান হনুমান হাৰ্ডৱেৰত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪-৩০ বজাত এক বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণত দুজন লোক গুৰুতৰভাৱে আহত হৈছিল যদিও পাছত দুয়োজলৰে মৃত্যু হয়। এই বিস্ফোৰণ আলফা স্বাধীনৰ গ্ৰেণেড আক্ৰমণৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে এয়া গ্ৰেণেড বিস্ফোৰণ নহয় বুলি প্ৰাথমিক তদন্তৰ পাছত প্ৰকাশ কৰাত ঘটনাটো ৰহস্যঘন হৈ পৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0