50
ডিমাকুছিঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ১নং টোটলাপাৰাৰ ছাত্ৰ এজন সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ ডিমাকুছিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, টোটলাপাৰাৰ অঞ্চলৰ মল্লৰাম বড়োৰ একমাত্ৰ পুত্ৰ তথা টংলা থেমছ ইংৰাজী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰিংশ্ৰাং বড়ো যোৱা ২৪ডিচেম্বৰৰপৰা নিৰুদ্দেশ হৈ আছে৷