59
গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই প্ৰমুখ্যে আন ৭০ টা সংগঠনৰ নেতৃত্বলৈ নিউজ নেক্স ৱানৰ মুখ্য সম্পাদক ডঃ দীনেশ বৈশ্যই অহা ২৭ জানুৱাৰীৰ প্ৰস্তাৱিত অসম বন্ধটো উঠাই ল’বলৈ অনুৰোধ কৰিছে।
তেওঁ কয় যে সেই দিনটোত অসমত ভালেমান বিভাগৰ চাকৰিৰ পৰীক্ষাৰ লগতে বিশ্ববিদ্যালয়ৰো পৰীক্ষা আছে বুলি তেওঁক বহুতো ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে ফোন কৰি জনাইছে।