78
গুৱাহাটীঃ চেনাই মই যাওঁ দে…
‘অসমৰ নাইটিংগেল’ দিপালী বৰঠাকুৰ আৰু নাই…
শুকুৰবাৰে দিনৰ প্ৰায় ১.৩০ মান বজাত নেমকেয়াৰ হস্পিতালত চিকিৎসাধান হৈ থকা সুকন্ঠী গায়িকা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷