53
ছাইদুল ইছলাম, ডিফুঃ শনিবাৰে নিশা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সৰবৰাহী ব্যক্তি আব্দুল মতিন চৌধুৰীৰ মৃত্যু ঘটাত অঞ্চলটোত শোকৰ বন্যা বৈছে৷
জানিব পৰা মতে পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যোৱা শনিবাৰে আব্দুল মতিন চৌধুৰীয়ে যোৰহাটত কিবা অফিচিয়েল কাম কৰি ট্ৰেইনেৰে ডিফুলৈ উভতি অহাৰ বাটত গোলাঘাটত হৃদক্ৰিয়া বন্ধ হৈ প্ৰায় ৬৮ বছৰ বয়সত মৃত্যুক সাৱটি লবলগীয়া হয়৷