62
ডিফুঃ বুধবাৰে নিশা গুৱাহাটীৰ এপল’ হাস্পাতালত প্ৰাক্তন মন্ত্ৰী খৰচিং ইংতিৰ সহধৰ্মিনী তথা কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰেমলা বে’পীৰ হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটি লোৱাত কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰে শোকৰ বন্যা বৈছে৷
প্ৰয়াত নেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত জিলা কংগ্ৰেছৰ প্ৰতিগৰাকী সদস্য মৰ্মাহত হৈ পৰিছে৷