Home ৰাজ্যডিফুত জাফাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

ডিফুত জাফাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

by News Desk
77 views
A+A-
Reset

ডিফুঃ অহা ৩০ নৱেম্বৰৰ ২০১৮ ৰপৰা ২ ডিচেম্বৰ ২০১৮ লৈ তিনিদিনীয়া কাৰ্যসূচীৰে ডিফুত জাৰ্ণেলিষ্ট এছ’চিয়েছন অফ আচাম চমুকৈ জাফাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখন পাহাৰীয়া জিলা সদৰ চহৰ ডিফুত অনুষ্ঠিত কৰা হ’ব৷ জাফাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া দ্বি-বাৰ্ষিক অধিবেশনখনিৰ বাবে উদ্যোক্তা সকলে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলাইছে৷

আজি এই সন্দৰ্ভত ডিফুত অনুষ্ঠিত এক আলোচনাত জাফাৰ ৰাজ্যিক সভাপতি লংচিং টেৰণ, জাফাৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি তথা জিলা ৩৬৫ৰ কাৰবি আংলং ব্যুৰ’ ৰাজবীৰ সিঙ আৰু সাধাৰণ সম্পাদক ড: লিপচন বে’ই দ্বি-বাৰ্ষিক অধিবেশনৰ উপ-সমিতি সমুহৰ কাম-কাজৰ বুজ লোৱাৰ লগতে তিনিদিনীয়া কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ সমগ্ৰ ৰাজ্যৰ লগতে পূব কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ সাংবাদিক সকললৈ সাদৰ নিমন্ত্ৰণ জনাইছে লগতে ডিফুৰ বাহিৰৰ সাংবাদিক সকলক অধিবেশন চলা কালীন অৱস্থাত তেওঁলোকৰ থকা-খোৱাৰ ব্যৱস্থা উদ্যোক্তা সকলে বহন কৰিব বুলি অভ্যৰ্থনা সমিতিৰ প্ৰচাৰ বিভাগৰ অধ্যক্ষ ছাইদুল ইছলাম্ এক বিবৃতি যোগে জানিবলৈ দিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0