বানপীড়িত সকলৰ সাহাৰ্য্যৰ বাবে ডিফুৰ ৰাজপথত কাৰ্বি আংলং জিলা প্ৰেছ...

Home ৰাজ্যবানপীড়িত সকলৰ সাহাৰ্য্যৰ বাবে ডিফুৰ ৰাজপথত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাব

বানপীড়িত সকলৰ সাহাৰ্য্যৰ বাবে ডিফুৰ ৰাজপথত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাব

by News Desk
70 views
A+A-
Reset

ছাইদুল ইছলাম, ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলাৰ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত বানপানীৰ ত্ৰাস চলি থকাৰ সময়তে দুৰ্গত জনক সামান্য সহায়ৰ হাত আগবঢ়াবলৈ ডিফুৰ ৰাজপথত নামিল কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ সদস্য সকল৷ 

কালি পুৱাৰ ভাগত ডিফুস্থিত জিলা প্ৰেছ ক্লাবত সদস্য সকল সমবেত হৈ বন্যাৰ্ত সকলক কিঞ্চিত হ’লেও কিভাৱে সহায় কৰিব পাৰি তাৰ ওপৰত জৰুৰী আলোচনা হয়৷ দীৰ্ঘ আলোচনাৰ অন্তত জিলা প্ৰেছ ক্লাবৰ সদস্য সকলে এটি অস্থায়ী বাকছ তৈয়াৰ কৰি জিলা প্ৰেছ ক্লাবৰ সভাপতি কিৰি ৰংহাং আৰু সাধাৰণ সম্পাদক ডেনিয়েলচন বে’ৰ নেতৃত্বত ডিফু চহৰৰ দোকানে দোকানে সাহাৰ্য্য সংগ্ৰহ কৰিব ধৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0